How to connect internet from mobile to Computer in Assamese(অসমীয়াত)

 *Mobileৰ পৰা Computerত(Leptopt) কেনেকৈ Internet Connect কৰা হয় step by step কৰি দেখাম-

Method -1

Step no 1- প্ৰথমতে Computer on কৰা পাছত Mobile ৰ Data on কৰিব লাগিব তাৰ পাছত Mobileৰ Hotspot on কৰিব লাগিব ।

Step no 2- তাৰ পাছত Computer ৰ Screenৰ তলত Righ sideত Task barৰ ওপৰত wifi Network ৰ Symbol ত Click কৰিব লাগিব  ।

Step no 3- wifi network ত click কৰা পাছত এখন list দেখা পাম য'ত Mobile বিলাকৰ নাম, তাৰে যিখনৰ পৰা net connect কৰিব বিছাৰে তাত click কৰিব ।

Step no 4- click কৰা পাছত তাত Password দিয়াৰ option দেখিবলে পাম (যদি mobile hotspotত password দিয়া থাকে)।

Step no 5- যদি hotspot ৰ Password জানে তেতিয়া হ'লে type কৰিব internet connect হয় যাব ।

Step no 6- যদি hotspotৰ password নাজানে তেতিয়া হ'লে mobileত hotspot ৰ symbolত long press কৰি ধৰি থব তেতিয়া hotspotৰ setting on হয় যাব তাতে password দিয়া থাকিব ।


Method-2

Step no 1- যদি computer টো desktop হয় তেতিয়া computer screenত wifi network symbol show নকৰিব তেতিয়া mobile ৰ data on কৰিব লাগিব।

Step no 2- তাৰ পাছত mobiler data cable computer লগত  connect কৰিব লাগিব ।

Step no 3- তাৰ পাছত mobile ৰ setting ত যাব লাগিব । তাৰ পাছত other connection ত press কৰিব লাগিব তাৰ পাছত mobile hotspot & tethering ত press কৰিব লাগিব ।(কিছুমান mobile ত এই setting অলপ বেলেগ হব পাৰে)।

Step no 4- তাৰ পাছত USB tethering ত press কৰিব লাগিব তেতিয়া অলপ সময় পাছত computerত internet connect হয় যাব।


No comments:

12th Ke Baad Kya Kare Arts Student

  12th Ke Baad Kya Kare Arts Student   12 वीं पास करना जिंदगी का एक अहम मोड़ होता है। इस वक्त हर स्टूडेंट के मन में यही ...