*Mobileৰ পৰা Computerত(Leptopt) কেনেকৈ Internet Connect কৰা হয় step by step কৰি দেখাম-
Method -1
Step no 1- প্ৰথমতে Computer on কৰা পাছত Mobile ৰ Data on কৰিব লাগিব তাৰ পাছত Mobileৰ Hotspot on কৰিব লাগিব ।
Step no 2- তাৰ পাছত Computer ৰ Screenৰ তলত Righ sideত Task barৰ ওপৰত wifi Network ৰ Symbol ত Click কৰিব লাগিব ।
Step no 3- wifi network ত click কৰা পাছত এখন list দেখা পাম য'ত Mobile বিলাকৰ নাম, তাৰে যিখনৰ পৰা net connect কৰিব বিছাৰে তাত click কৰিব ।
Step no 4- click কৰা পাছত তাত Password দিয়াৰ option দেখিবলে পাম (যদি mobile hotspotত password দিয়া থাকে)।
Step no 5- যদি hotspot ৰ Password জানে তেতিয়া হ'লে type কৰিব internet connect হয় যাব ।
Step no 6- যদি hotspotৰ password নাজানে তেতিয়া হ'লে mobileত hotspot ৰ symbolত long press কৰি ধৰি থব তেতিয়া hotspotৰ setting on হয় যাব তাতে password দিয়া থাকিব ।
Method-2
Step no 1- যদি computer টো desktop হয় তেতিয়া computer screenত wifi network symbol show নকৰিব তেতিয়া mobile ৰ data on কৰিব লাগিব।
Step no 2- তাৰ পাছত mobiler data cable computer লগত connect কৰিব লাগিব ।
Step no 3- তাৰ পাছত mobile ৰ setting ত যাব লাগিব । তাৰ পাছত other connection ত press কৰিব লাগিব তাৰ পাছত mobile hotspot & tethering ত press কৰিব লাগিব ।(কিছুমান mobile ত এই setting অলপ বেলেগ হব পাৰে)।
Step no 4- তাৰ পাছত USB tethering ত press কৰিব লাগিব তেতিয়া অলপ সময় পাছত computerত internet connect হয় যাব।
No comments:
Post a Comment