Computerত Desktopৰ ওপৰত এখন Folder বনাবলে তলত দিয়া Step বিলাক follow কৰিব-
Step no 1- Desktop ওপৰত Mouseৰে Right click কৰিব লাগিব ।
Step no 2- Right click কৰা লগে লগে এখন Menu দেখিবলে পাম য'ত New option ত press কৰিব লাগিব।
Step no 3- New optionত press কৰা লগে লগে এখন New folder দেখা পাম য'ত নিজৰ Name type কৰিব লাগিব তাৰ পাছত Enter press কৰিলে এখন folder create হয় যাব ।
- There are three types of Icon
1. Folder Icon
2. Document Icon
3. Application / Software Icon
# Desktop ৰ ওপৰত তিনি প্ৰকাৰৰ আইকন(icon) থাকে, সেইবিলাক হ'ল-
১/ ফলডাৰ আইকন(folder icon)
২/ ডকোমেন্ট আইকন(document icon)
৩/ এপলিকেস্ন বা চফ্টউৱেৰ আইকন(Application/Software Icon)
* What do you mean by Icon(আইকন বুলিলে কি বুজা)
- আইকন হৈছে Desktopৰ ওপৰত show হৈ থকা ( সৰু ) small Graphical image(ছবি)
*folder icon বুলিলে কি বুজা ?
-যিবিলাক icon দেখিবলে এখন file ৰ নিছিনা, য'ত কিছুমান document ভৰাই থব পাৰি তেনেকুৱা icon ক folder icon বুলি কব পাৰি ।
* Document Icon বুলিলে কি বুজা ?
- যিবিলাক Icon Open কৰা পাছত য'ত আমি কিছুমান Data দেখিবলৈ পাম তেনেকুৱা icon বিলাককে Document Icon বুলি কব পাৰি । যেনে- PDF, Doc, .XLSX, .PSD ইত্যাদি ।
*Application / Software Icon বুলিলে কি বুজা ?
-যিবিলাক Icon Open কৰা পাছত য'ত আমি Program কৰিব পাৰিম তেনেকুৱা icon বিলাককে Application/ Software Icon বুলি কব পাৰি । যেনে- Tally, Adobe Photoshop, MS- Word, MS- Excel ইত্যাদি ।
Image of Icon
Related Question & Answer
500 above MCQ for all govt. Job pdf
Basics Fundamentals of Computer Question & Answer
Microsoft Office Excel-2007, Market sheet, Marks Sheet, Salary Sheet, Medical Sheet with Formula
No comments:
Post a Comment