create a Folder on the Desktop / types of icon in Assamese

Computerত Desktopৰ ওপৰত এখন Folder বনাবলে তলত দিয়া Step বিলাক follow কৰিব-

Step no 1- Desktop ওপৰত Mouseৰে Right click কৰিব লাগিব ।

Step no 2- Right click কৰা লগে লগে এখন Menu দেখিবলে পাম য'ত New option ত press কৰিব লাগিব।

Step no 3- New optionত press কৰা লগে লগে এখন New folder দেখা পাম য'ত নিজৰ Name type কৰিব লাগিব  তাৰ পাছত Enter press কৰিলে এখন folder create হয় যাব ।



*How many types of Icon on the Desktop (Desktop ৰ ওপৰত কেই প্ৰকাৰৰ Icon আছে)

- There are three types of Icon

1. Folder Icon

2. Document Icon

3. Application / Software Icon

# Desktop ৰ ওপৰত তিনি প্ৰকাৰৰ আইকন(icon) থাকে, সেইবিলাক হ'ল-

১/ ফলডাৰ আইকন(folder icon)

২/ ডকোমেন্ট আইকন(document icon)

৩/ এপলিকেস্ন বা চফ্টউৱেৰ আইকন(Application/Software Icon)

* What do you mean by Icon(আইকন বুলিলে কি বুজা)

- আইকন হৈছে Desktopৰ ওপৰত show হৈ থকা ( সৰু ) small Graphical image(ছবি)

*folder icon বুলিলে কি বুজা ?

-যিবিলাক icon দেখিবলে এখন file ৰ নিছিনা, য'ত কিছুমান document ভৰাই থব পাৰি তেনেকুৱা icon ক folder icon বুলি কব পাৰি ।

* Document Icon বুলিলে কি বুজা ?

- যিবিলাক Icon Open কৰা পাছত য'ত আমি কিছুমান Data দেখিবলৈ পাম তেনেকুৱা icon বিলাককে Document Icon বুলি কব পাৰি । যেনে- PDF, Doc, .XLSX, .PSD   ইত্যাদি ।

*Application / Software Icon বুলিলে কি বুজা ?

-যিবিলাক Icon Open কৰা পাছত য'ত আমি Program কৰিব পাৰিম তেনেকুৱা icon বিলাককে Application/ Software Icon বুলি কব পাৰি । যেনে- Tally, Adobe Photoshop, MS- Word, MS- Excel ইত্যাদি ।

                                                                       Image of Icon







No comments:

12th Ke Baad Kya Kare Arts Student

  12th Ke Baad Kya Kare Arts Student   12 वीं पास करना जिंदगी का एक अहम मोड़ होता है। इस वक्त हर स्टूडेंट के मन में यही ...