How to make a Passport Size Photo in Adobe Photoshop (অসমীযাত)

Passport Size Photo কেনেকুৱা বনাব লাগে Step by Step কৰি  দেখাম-

Step no 1- প্ৰথমতে Start Button Click ত কৰিব লাগিব, তাৰ পাছত Adobe Photoshopত click কৰিব লাগিব ।

Step no 2- Photoshop Open হৈ যোৱা পাছত File ত click কৰিব লাগিব, তাৰ পাছত Open ত click কৰিব লাগিব ।


Step no 3- Open Click কৰা লগে লগে এখন তলত দিয়া ধৰণে Dialog Box খুল খাব ↓

Step no 4- তাৰ পাছত Dialog box ৰ যিকোনো এখন Folder Open  কৰিব লাগিব যত Photo থাকিব লাগিব তাৰ পাছত এখন  Photo Select কৰিব লাগিব তাৰ পাছত Open ত click কৰিব লাগিব ।
Step no 5- open ত click কৰা পাছত তলত দিয়া ধৰণে দেখা পাম, তাৰ photo খন passport sizeত crop কৰিব লাগিব ।


Step no 6- Passport sizeত crop কৰিবৰ কাৰণে crop tools select কৰিব লাগিব । তাৰ পাছত size মিলাব লাগিব- 

Width= 2.9

Hieght= 3.5

Resolation = 125 লিখিব লাগিব ।

Step no 7- তাৰ পাছত crop toolsত select কৰি Enter মাৰিব লাগিব । 

Step no 8- Photo খন Crop কৰা পাছত Photo খনৰ Background Color Change কৰিব লাগিব । তাৰ বাবে color box ত  click কৰি যি color backgroundত দিব বিছাৰে সেইটো color select কৰিব লাগিব ।

Step no 9- তাৰ পাছত Eraser Tool Select কৰি background color change কৰিব পাৰিব ।

* যদি বুজি পোৱাত কিবা অসুবিধা হৈ তেতিয়া তলত দিয়া video চাব পাৰিব-



No comments:

12th Ke Baad Kya Kare Arts Student

  12th Ke Baad Kya Kare Arts Student   12 वीं पास करना जिंदगी का एक अहम मोड़ होता है। इस वक्त हर स्टूडेंट के मन में यही ...