What are the characteristics of computer
Characteristics of Computer
The following features of the computer can be found
1. Can perform the work very quickly in the computer. In the current computers, up to a million counting can be completed in every second.
2. The results of the computation obtained by the computer are accurate and reliable.
3. Such a large amount of information can be stored and displayed immediately, subject to the requirement Can do it.
Characteristics of Computer |
4. It can do some kind of work at a time.
5. Instructions or commands issued in the user work at the moment.
5. It's a barrier and a stupid machine. It has no intelligence of its own. Beleg Is Beleg Beleg Program-4 Language used in Computer.
It is also in the language used in the program or in the language it can also be done in the program. 8. If necessary, the use of computers helps in the use of a system called "Help", etc.
Benefits of Computer
1. Any calculation or work in the computer can be done very quickly.
2. Performs the work in a very accurate manner. If the user gives wrong instructions, the computer also makes a mistake.
3. His memory is very large. That is, a large amount of information can be stored here. In addition, the stored information may be displayed at this time, if necessary.
4. Even if you work a lot of time, you do not have to share it
Characteristics of Computer in Assamese
কম্পিউটাৰৰ বৈশিষ্ট্য
কম্পিউটাৰৰ নিম্নলিখিত বৈশিষ্ট্যসমূহ দেখিবলৈ পোৱা যায়
১. কম্পিউটানে অতি ক্ষীপ্ৰভাৱে কাৰ্য সম্পাদন কৰিব পাৰে। বৰ্তমানৰ কম্পিউটাৰসমূহে প্ৰতি ছেকেণ্ডত কেইবা লাখ পর্যন্ত গণনা কাৰ্য সমাধা কৰিব পাৰে। ২. কম্পিউটাৰৰ জৰিয়তে পোৱা গণনাৰ ফলাফল নির্ভুল আৰু নিৰ্ভৰযোগ্য হয়। ই কেতিয়াও ভুল নকৰে।
৩. ইঅতি বৃহৎ পৰিমাণৰ তথ্য সংৰক্ষণ কৰিব পাৰে আৰু প্ৰয়োজন সাপেক্ষে ইবিলাক তৎমুহূর্ততে প্রদর্শন
কৰিব পাৰে। ৪. ই একে সময়তে কেইবা ধৰণৰ কামো কৰিব পাৰে।
৫. ব্যৱহাৰকাৰীয়ে নিয়া নির্দেশ অথবা Command ইতৎমুহূৰ্ততে কার্যকৰী কৰে।
৫. ই এটা বাধা আৰু নির্বোধ যন্ত্র। ইয়াৰ নিজস্ব কোনো বুদ্ধিমত্তা নাই। ৭. কম্পিউটাৰত ব্যৱহৃত বেলেগ বেলেগ Program-4 ভাষা (Language) বেলেগ বেলেগ হয়।
এটা Program -ও ব্যবহৃত Language এ অথবা ভাষাই আন এটা Program -ত কাম নকৰিবও পাৰে। ৮. প্রয়োজন সাপেক্ষে কম্পিউটাৰে ব্যৱহাৰকাৰীজনক "Help নামৰ এক ব্যৱস্থাৰ জৰিয়তে সহায় কৰে ইত্যাদি।
কম্পিউটাৰৰ সুবিধা
১. কম্পিউটাৰে যিকোনো গণনা বা কাম অতি খৰতকীয়াকৈ কৰিব পাৰে।
২. ইঅতি নিখুঁটভাৱে কাৰ্য সম্পাদন কৰে। ব্যৱহাৰকাৰীয়ে ভুল নির্দেশ নিদিলে কম্পিউটাৰে কেতিয়াও ভুল নকৰে।
৩. ইয়াৰ স্মৃতি ভঁৰাল অতিকে বৃহৎ। অর্থাৎ, ইয়াত বিশাল পৰিমাণৰ তথ্য সংৰক্ষণ কৰিব পৰা যায়। তাৰ উপৰি, প্রয়োজন সাপেক্ষে সংরক্ষিত তথ্য ইতমুহূর্ততে প্ৰদৰ্শন কৰিব পাৰে।
৪. একেৰাহে বহু সময় কাম কৰিলেও ইয়াৰ ভাগৰ নালাগে
No comments:
Post a Comment