Advantage and Disadvantage of computer

 Advantage and Disadvantage of computer

 

Advantage of Computer

1. Any calculation or work in the computer can be done very quickly.

2. Performs the work in a very accurate manner. If the user gives wrong instructions, the computer also makes a mistake.

3. His memory is very large. That is, a large amount of information can be stored here. In addition, the information stored subject to application may be displayed at this time.

4. Even if you work a lot of time, you do not have to share it.

5. He can do some kind of work at a time.

6. Even if one thing is done out of the way, the share of the computer is not wrong or wrong.

7. Computers can be used in various fields such as education, medicine, communication, business. 

8. Follow the instructions given by the practitioner at this time. 

Advantages of computer

 

Advantage and Disadvantage of computer

কম্পিউটাৰৰ সুবিধা

 

১. কম্পিউটাৰে যিকোনো গণনা বা কাম অতি খৰতকীয়াকৈ কৰিব পাৰে। 

২. ইঅতি নিখুঁটভাৱে কাৰ্য সম্পাদন কৰে। ব্যৱহাৰকাৰীয়ে ভুল নির্দেশ নিদিলে কম্পিউটাৰে কেতিয়াও ভুল নকৰে।

 

৩. ইয়াৰ স্মৃতি ভঁৰাল অতিকে বৃহৎ। অর্থাৎ, ইয়াত বিশাল পৰিমাণৰ তথ্য সংৰক্ষণ কৰিব পৰা যায়। তাৰ উপৰি, প্ৰয়োজন সাপেক্ষে সংৰক্ষিত তথ্য ইতৎমুহূৰ্ততে প্ৰদৰ্শন কৰিব পাৰে।

 ৪. একেৰাহে বহু সময় কাম কৰিলেও ইয়াৰ ভাগৰ নালাগে।

 

৫. ই একে সময়তে কেইবাধৰণৰো কাম কৰিব পাৰে। 

৬. একেটা কামকে বাৰে বাৰে কৰিলেও কম্পিউটাৰৰ ভাগৰ নালাগে অথবা ভুল নহয়।

 ৭. শিক্ষা, চিকিৎসা, যোগাযোগ, ব্যৱসায় আদি বিভিন্ন ক্ষেত্ৰত কম্পিউটাৰ ব্যৱহাৰ কৰিব পৰা যায়। ৮. ব্যৱহাৰকাৰীয়ে দিয়া নির্দেশ ইতমুহূর্ততে পালন কৰে

 

Disadvantage of computer

 1. There is no general knowledge of computers, in other words, it is a stupid machine. I will not make any decision on my own.

2. Electricity fails without interruption.

3. Listen to another class of computers in the software prepared for one class of computer

Pare.

4. Day by day, the computer's appearance has become more and more complicated. Moreover, the ink computer in the invention of Nitanav has been transformed into a full-fledged computer today.

5. Various equipment and parts of the computer may damage these parts at any moment, at least a little after a very sensitive sound.

6. This is an expensive device of the computer. 

Disadvantage of a computer

 

কম্পিউটাৰৰ অসুবিধা

১. কম্পিউটাৰৰ কোনো সাধাৰণ জ্ঞান নাই, আন কথাত ই এটা নির্বোধ যন্ত্র। সেয়েহে ই নিজাববীয়াকৈ কোনো সিদ্ধান্ত দিব নোৱাৰে।

 ২. বিদ্যুৎ শক্তি অবিহনে ই বিকল হৈ পৰে।

 

৩. এক শ্ৰেণী কম্পিউটাৰৰ বাবে প্ৰস্তুত কৰা Software-এ আন এক শ্ৰেণী কম্পিউটাৰত কান নিদিবও

 পাৰে।

 ৪. দিনক দিনে কম্পিউটাৰৰ আকাৰ সৰু হৈ অহাত ইহঁতৰ মেৰামতি কাৰ্য জটিল হৈ পৰিছে। তদুপৰি, নিতানব উদ্ভাবনে কালিৰ কম্পিউটাৰক আজি পুৰণি কালৰ কম্পিউটাৰলৈ পৰিৱৰ্তন কৰিছে। 

৫. কম্পিউটাৰৰ বিভিন্ন যন্ত্রপাতি আৰু অংশসমূহ অতিকে স্পৰ্শকাতৰ বাতাবৰণৰ সামান্য পৰিবৰ্তনে কোনো মুহূৰ্তত এই অংশসমূহৰ ক্ষতি সাধন কৰিব পাৰে।

 ৬. কম্পিউটাৰ এটা ব্যয়বহুল যন্ত্র।

Advantage and Disadvantage of computer

 

No comments:

Assam Direct Recruitment 2024 Admit Card – How to Download ADRE Admit Card

  Assam Direct Recruitment 2024 Admit Card – How to Download ADRE Admit Card The State Level Recruitment Commissions (SLRC) for Class III an...