Computer Keyboard

 Computer Keyboard

The key board is a widely used and popular input. This product is not available in the computer chat of the present time. The procedure of this is discussed below.


                                                               Computer Keyboard

                                                               Use of Keyboard
    Now there are usually 104 keys in the standard key. The 'key' bill in the letter is equipped with a simple type writer. The key of the main computer has an additional function key. These keys and their work have been discussed below.

Ctrl: Ctrl is the control- short loop. The yak 'A' symbol is understood. It can't do any work unnecessarily. At different times, different tasks of the computer are performed by clicking the un key or clicking the mouse on the yak tablet. It is also said to be helpful (helping) for those who are not able to do any work.

Alt: Alt is the short form of Alternative. It does some work to be performed by the mouse from the point of time to the normal work in the tablet. Akou, Yak can give various instructions to the computer with the help of other keys in the tablet. Eo it's helpful what it is; There is no need to do any work in the world. Usage text of a full-fledged personal computer.

Shift: Typing this in a key tile results in the alphabet. Any letter, word, sentence, or paragraph can be selected with the help of right, left, up or down keys on the tablet. You can't do anything by shifting. That's what it's helpful.

Caps Lock: This is the key on the key on the key book and the caps lock is written on the top of the box, on which it is flashed in the light, and all those who type in and around are filtered in the letter. Caps Lock key will be fixed on the triple for the second time and what happens will then turn around in normal motion.

Tab : What is used in the context of a specific joke between letters, words, sentences and words that are typed. The specified internal information can be determined at will by the user.

Esc: Esc is the short form of Escape. In some complex situations, this is what can be used in normal settings. In general, this is what is used to cancel a command. Start Ctrl and Alt keys are called start keys with the 'non-existent' sign on the ring. That's it.

The Start menu on key tiles. In the second triple, start nenukhon atari goes.

Enter yak " is understood with the help of the symbol. Yak TP pergraff (or line) to type

You can salab. Somaball or Command executives based on the program selected on a few other occasions

The yaak is pressed into the curry. Enter Key is the key and the main key for the key board.

Back Spaca: "It is understood with the help of symbols." Hacked to remove typed leftover letters

is used.

The scroll lock, where the two tasks are carried out in parallel, are done in a solution, so it is helped. For example, if there is a script in Sriscript, then scroll lock to write Assamese letters

It is taken on and taken off for writing in English. Key when scroll lock is turned on

-The board lights up the bottom of the top of the box and it lights up. The Num Lock Key Board has a good section on 1-acre of the basket. I'll work on this section if the Num Lock key is turned on. Key if Num Lock is on

It will be lit by the sock lights on the board. Usually turn on the computer

Num Lock is turned on on its own.

Function Keys : F1, F2...... Etc. is the function key. The function of each F-key may vary from time to time. For example, in fi coquetiple at any time in most progress, help menus will be gulped. If you select the name of this file, you can rename it in the F2 key tile. etc.

With the help of Insert, you can paste already copied words, letters, sentences, picture files, etc.

Print Screen: This key is a copy of the screenshot copy on the beads. If you open or paste a file after that, you can see exactly the image of the screenshot. It can also be printed if necessary.

This is what is used to cut the letter or sentence that is selected by cutting the extract of the delete cursor. File, Folder, Picture, Text originally selected, this key will delete the selected object to delete.

Page Up, Page Down: If you want to work on a file, go to the page that's on the gem

Page Down key is used to go to Page Up and back pages. You can also make all these two programs and tasks. To type Home, End, it goes to the first part of the body, the Home key and the end to the end is used.

Pause/Break: Pause/Break key in a computer that automatically performs internal work

By temporarily placing the said work on the tippl, the suspension work is activated again in that key tpill. English is also present on the keys mentioned in the general key board. But, state-of-the-art multimedia

(Multimedia lick MM) key board contains what is in the past keitama and its work is usually at the bottom of the key.

Computer Keyboard

 

                                                             কী ব'ৰ্ডৰ ব্যৱহাৰ

এখন Standard কী ব'ৰ্ডত সাধাৰণতে ১০৪ টা কী (key) থাকে। আখৰৰ 'কী' বিলাক সাধাৰণ টাইপ ৰাইটাৰৰ দৰেই সজ্জিত। মাথোঁ কম্পিউটাৰৰ কী ব'ৰ্ডত কেইটামান অতিৰিক্ত Function Key থাকে। এই Key সমূহ আৰু ইহঁতৰ কাৰ্য সম্পৰ্কে তলত সবিস্তাৰে আলোচনা কৰা হৈছে।



Ctrl: Ctrl হৈছে Control- সংক্ষিপ্ত ৰূপ। ইয়াক 'A' প্রতীকবথাৰা বুজোৱা হয়। ই অকলশৰীয়াকৈ একো কাম কৰিব নোৱাৰে। বিভিন্ন সময়ত ইয়াক টিপিলে আন কী টিপি অথবা মাউচ ক্লিক কৰি কম্পিউটাৰৰ বিভিন্ন কাৰ্য সম্পাদন কৰা হয়। ই অকলশৰীয়াকৈ কোনো কাম কৰিব নোৱাৰা বাবে ইয়াক সহায়ক (helping) কী বুলিও কোৱা হয়।



Alt: Alt হৈছে Alternative ৰ সংক্ষিপ্ত ৰূপ। ইয়াক টিপিলে কী ব'ৰ্ডে সাধাৰণ কাৰ্যৰ পৰিৱৰ্ত্তে মাউচৰ দ্বাৰা কৰিব পৰা কিছুমান কাৰ্য সম্পাদন কৰে। আকৌ, ইয়াক টিপিলে অন্যান্য কীৰ সহায়ত কম্পিউটাৰক বিভিন্ন নির্দেশ দিব পাৰি। ইও এটা সহায়ক কী; অকলশৰীয়াকৈ ই কোনো কাম কৰিব নোৱাৰে।
ব্যাক্তিগত কম্পিউটাৰৰ পূৰ্ণাংশ ব্যাবহারিক পাঠ

Shift : এইটো কী টিপিলে টাইপ কৰিলে আখৰবিলাক বৰফলা হয়। ইয়াক টিপিলে Right, Left, Up অথবা Down কীৰ সহায়ত কোনো আখৰ, শব্দ, বাক্য অথবা পেৰাগ্ৰাফ select কৰিব পৰা যায়। Shift কীয়েও অকলে কোনো কাম কৰিব নোৱাৰে। ই এটা সহায়ক কী।

Caps Lock : এইটো কী টিপিলে কী ব'ৰ্ডৰ সোঁহাতে ওপৰফালে Caps Lock বুলি লিখা ঠাইৰ ওপৰত এটা সৰু লাইট জ্বলি উঠে, আৰু এনে অৱস্থাত টাইপ কৰা সকলো আখৰেই বৰফলা হয়। Caps Lock key দ্বিতীয়বাৰৰ বাবে টিপিলে উক্ত লাইটটো নুমাই যাব আৰু কী ব তখন সাধাৰণ অৱস্থালৈ ঘুৰি আহিব।

Tab : টাইপ কৰি থকা অৱস্থাত আখৰ, শব্দ, বাক্য আদিৰ মাজত এক নিৰ্দিষ্ট জোখৰ অন্তৰাল ৰাখিবলৈ এইটো কী ব্যৱহাৰ কৰা হয়। অন্তৰালৰ নিৰ্দিষ্ট জোখটো ব্যৱহাৰকাৰীয়ে ইচ্ছামতে নিৰ্ধাৰণ কৰিব পাৰে।

Esc: Esc হৈছে Escape সংক্ষিপ্ত রূপ। কিছুমান জটিল অৱস্থাত এইটো কী ব্যৱহাৰ কৰি সাধাৰণ অৱস্থালৈ ঘূৰি আহিব পৰা যায়। সাধাৰণতে, কোনো এটা command বাতিল কৰিবলৈ এইটো কী ব্যৱহাৰ কৰা হয়। Start Ctrl আৰু Alt কী-ৰ সোঁমাজত অৱস্থিত ' চিহ্নযুক্ত কী টোক Start Key বুলি কোৱা হয়। এইটো।

কী টিপিলে Start মেনুখন ওলায়। দ্বিতীয়বান টিপিলে Start নেনুখন আতৰি যায়।

Enter ইয়াক " প্ৰতীকৰ সহায়ত বুজোৱা হয়। টাইপ কৰোতে ইয়াক টিপি পেৰাগ্ৰাফ (অথবা লাইন)

সলাব পাৰি। আকৌ আন অৱস্থাত Select কৰা প্ৰগেমৰ ভিতৰত সোমাবলৈ অথবা Command কার্যকৰী

কৰিবলৈ ইয়াক টিপা হয়। Enter কী হৈছে কী ব'ৰ্ডৰ আটাইতকৈ ডাঙৰ আৰু প্ৰধান কী।

Back Spaca: ''প্রতীকৰ সহায়ত বুজোৱা হয়। টাইপ কৰা বাঁওফালৰ আখৰ কাঢ়িবৰ বাবে হ্যাক

ব্যৱহাৰ কৰা হয়।



Scroll Lock যেতিয়া সমান্তৰালভাৱে চলাই থাকিব দুটা কার্য সলনা-সলনিকৈ কৰিবলগীয়া হয় তেতিয়া ইয়াৰ সহায় লোৱা হয়। উদাহৰণস্বৰূপে, শ্রীলিপিৰ ছফটৱেৰ থাকিলে অসমীয়া আখৰ লিখিবৰ বাবে Scroll Lock

অন কৰি লোৱা হয় আৰু ইংৰাজী লিখিবৰ বাবে ইয়াক অফ্‌ কৰি লোৱা হয়। Scroll Lock অন কৰিলে কী

-ব'ৰ্ডৰ সোঁহাতে ওপৰৰ ফালে ইয়াৰ নামাংকিত সৰু লাইট এটা জ্বলি উঠে। Num Lock কী ব'ৰ্ডৰ একেবাৰে সোঁহাতে ৰ পৰা ১-লৈ অককেইটাৰে এটা সুকীয়া বিভাগ থাকে। এই বিভাগটোৱে কাম কৰিব যদিহে Num Lock কী টো অন কৰি লোৱা হয়। Num Lock অন হৈ থাকিলে কী

ব'ৰ্ডৰ ওপৰত সোঁফালে ইয়াৰ নামাংকিত সক লাইট এটা জ্বলি থাকিব। সাধাৰণতে কম্পিউটাৰ অন কৰাৰ

পাছত Num Lock নিজে নিজেই অন হয়।

Function Keys : F1, F2...... ইত্যাদি বিলাক হৈছে Function কী। বিভিন্ন সময়ত প্ৰতিটো F-কীৰ কাৰ্য বিভিন্ন হ'ব পাৰে। উদাহৰণস্বৰূপে, অধিকাংশ প্রগ্রেমত যিকোনো সময়তে FI কী টিপিলে, Help menu গুলাব। কোনো এটা ফাইলৰ নামটো Select কৰিলে F2 কী টিপিলে ইয়াক আন এটা নামেৰে নামকৰণ (rename) কৰিব পৰা যায়। ইত্যাদি।

Insert ইয়াৰ সহায়ত ইতিমধ্যে Copy কৰি থোৱা শব্দ, আখৰ, বাক্য, ছবি ফাইল ইত্যাদি Paste কৰিব পৰা যায়।

Computer Keyboard

Print Screen: এইটো কী টিপিলে মণিতে ওলাই থকা স্ক্রীণশন Copy কপি হৈ যায়। ইয়াৰ পাছত কোনো এটা ফাইল খুলি Insert কৰিলে বা Paste কৰিলে স্ক্ৰীণখনৰ এটা অবিকল প্ৰতিচ্ছবি দেখা পোৱা যাব। প্রয়োজন সাপেক্ষে সেই স্ক্ৰীণখন Print কৰিবও পৰা যায়।

Delete Cursor -ৰ সোঁফালৰ আত্ৰ কাটিবলৈ Select কৰি লোৱা আখৰ অথবা বাক্য কাটিবলৈ এইটো কী ব্যৱহাৰ কৰা হয়। File, Folder, Picture, Text আদি Select কৰিলে এইটো কী টিপিলে Selected object টো Delete হ'ব।

Page Up, Page Down : কোনো এটা ফাইলত কাম কৰি থাকোঁতে, মণিতে ওলাই থকা পৃষ্ঠালৈ যাবলৈ

Page Up আৰু পাছৰটো পৃষ্ঠালৈ যাবলৈ Page Down কী ব্যৱহাৰ কৰা হয়। অৱশ্যে এই দুটা কীয়ে সকলোবিলাক Program ও কাম নকৰিবও পাৰে। Home, End টাইপ কৰি থাকোঁতে এটা শাৰীৰ প্ৰথমলৈ যাবলৈ Home কী আৰু শেষলৈ যাবলৈ End

ব্যৱহাৰ কৰা হয়।

Computer Keyboard

Pause /Break: যেতিয়া কম্পিউটাৰে স্বয়ংক্রিয়ভাৱে আভ্যন্তৰীণ কাৰ্য কৰি থাকে তেতিয়া Pause/Break কী

টিপিলে উক্ত কার্য সাময়িকভাৱে ৰখাই দিয়ে, পুনৰ সেই কী টিপিলে স্থগিত কার্য আকৌ সক্রিয় হয়।

সাধাৰণ কী ব'ৰ্ডত উল্লিখিত কীসমূহৰ উপৰিও ইংৰাজী আখখিনি থাকে। কিন্তু, অত্যাধুনিক মাল্টিমিডিয়া

(Multimedia চমুকৈ MM) কী বৰ্ডত অতিৰিক্ত কেইটামান কী থাকে আৰু ইহঁতৰ কাৰ্যাৱলী সাধাৰণতে কীটোৰ তলত থাকে। 

Computer Keyboard

 

No comments:

Assam Direct Recruitment 2024 Admit Card – How to Download ADRE Admit Card

  Assam Direct Recruitment 2024 Admit Card – How to Download ADRE Admit Card The State Level Recruitment Commissions (SLRC) for Class III an...